হিমাচলপ্ৰদেশত নিয়ন্ত্ৰণহীন হৈ বাগৰিল বাছ, গুৰুতৰভাৱে আহত ১৪ যাত্ৰী…

হিমাচলপ্ৰদেশত নিয়ন্ত্ৰণহীন হৈ বাগৰিল বাছ, গুৰুতৰভাৱে আহত ১৪ যাত্ৰী…
  • হিমাচলপ্ৰদেশত নিয়ন্ত্ৰণহীন হৈ ঘাইপথত বাগৰি পৰিল যাত্ৰীবাহী বাছ।
  • ৰাজ্যখনৰ ছোলান জিলাৰ ৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘঠিত হয় এই দুৰ্ঘটনা।
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ১৪জনকৈ লোক।
  • দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল ৩০জনকৈ যাত্ৰী।
  • এই বাছখন গৈ আছিল ছণ্ডীগড়ৰ পৰা ছিমলালৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in