শেহতীয়া খবৰ
ভাৰতত কোৰোনাত মৃত্যু ৮৫হাজাৰো অধিক লোক...  •  চিৰাঙত যাত্ৰীবাহী বাহনত চোৰাং কাঠ...  •  প্ৰধানমন্ত্ৰীয়ে ক'লেঃ সাৱধান, কোৰোনাৰ দ্বিতীয় ৱেভ আৰম্ভ...  •  পুৱাই ভূমিকম্প...  •  চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...

হিমাচলপ্ৰদেশত নিয়ন্ত্ৰণহীন হৈ বাগৰিল বাছ, গুৰুতৰভাৱে আহত ১৪ যাত্ৰী…

56
  • হিমাচলপ্ৰদেশত নিয়ন্ত্ৰণহীন হৈ ঘাইপথত বাগৰি পৰিল যাত্ৰীবাহী বাছ।
  • ৰাজ্যখনৰ ছোলান জিলাৰ ৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘঠিত হয় এই দুৰ্ঘটনা।
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ১৪জনকৈ লোক।
  • দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল ৩০জনকৈ যাত্ৰী।
  • এই বাছখন গৈ আছিল ছণ্ডীগড়ৰ পৰা ছিমলালৈ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি