কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪ জনে হেৰুৱালে প্ৰাণ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৪জন লোকে হেৰুৱালে প্ৰাণ।
  • মৃত্যু হোৱা লোক কেইজন ক্ৰমে- ডিব্ৰুগড়ৰ বিক্ৰম নেৱাৰ, ধেমাজিৰ হৰকান্ত দ'লে,
  • যোৰহাটৰ তপন চক্ৰৱৰ্তী আৰু বিশ্বনাথৰ ভৱেন চন্দ্ৰ দাস।
  • অসমত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮৩৪জনলৈ পাইছে বৃদ্ধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in