আকৌ কোৰোনাত আক্ৰান্ত ১৯জনে হেৰুৱালে প্ৰাণ, ৰাজ্যত মৃত্যুৰ সংখ্যা ৫ শতাধিকলৈ বৃদ্ধি…

আকৌ কোৰোনাত আক্ৰান্ত ১৯জনে হেৰুৱালে প্ৰাণ, ৰাজ্যত মৃত্যুৰ সংখ্যা ৫ শতাধিকলৈ বৃদ্ধি…
  • ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ১৯জন লোকৰ মৃত্যু।
  • মৃত্যু হোৱা লোক কেইজন ক্ৰমে- দীনেশ চন্দ্ৰ হাজৰিকা, গুলকান্ত শৰ্মা, জিয়াছুদ্দিন আহমেদ,
  • সৰ্বেশ্বৰ কলিতা, চন্দ্ৰাণী দত্ত, ছাফিক উদ্দিন আহমেদ, নুকুল নাথ,
  • অমৰেশ নাথ, অৰুণ কুমাৰ দেৱ, কৃষ্ণা অধিকাৰী, অৰুণা দেৱী,
  • বিজু হাজৰিকা, সাদৰী ভট্টাচাৰ্য, ফইদুল আলী, হৰি পাডা দাস,
  • গুণকান্ত চাংমাই, লালন সিং, কুৱামাৰ উদ্দিন আৰু ডালিমী দেৱী।
  • ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হৈ ৫১১জন লোকে হেৰুৱাইছে প্ৰাণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in