শেহতীয়া খবৰ
চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...  •  জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ...  •  দৰঙত জাৰি ১৪৪ ধাৰা...  •  ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO  •  ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!...

আকৌ কোৰোনাত আক্ৰান্ত ১৯জনে হেৰুৱালে প্ৰাণ, ৰাজ্যত মৃত্যুৰ সংখ্যা ৫ শতাধিকলৈ বৃদ্ধি…

2,749
  • ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ১৯জন লোকৰ মৃত্যু।
  • মৃত্যু হোৱা লোক কেইজন ক্ৰমে- দীনেশ চন্দ্ৰ হাজৰিকা, গুলকান্ত শৰ্মা, জিয়াছুদ্দিন আহমেদ,
  • সৰ্বেশ্বৰ কলিতা, চন্দ্ৰাণী দত্ত, ছাফিক উদ্দিন আহমেদ, নুকুল নাথ,
  • অমৰেশ নাথ, অৰুণ কুমাৰ দেৱ, কৃষ্ণা অধিকাৰী, অৰুণা দেৱী,
  • বিজু হাজৰিকা, সাদৰী ভট্টাচাৰ্য, ফইদুল আলী, হৰি পাডা দাস,
  • গুণকান্ত চাংমাই, লালন সিং, কুৱামাৰ উদ্দিন আৰু ডালিমী দেৱী।
  • ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হৈ ৫১১জন লোকে হেৰুৱাইছে প্ৰাণ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি