দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ৮জনৰ মৃত্যু…

194
  • ৰাজ্যলৈ আহিল পুনৰ এক দুঃখবৰ।
  • শনিবাৰে কোৰোনাত আক্ৰান্ত ৮জন লোকে হেৰুৱাই প্ৰাণ।
  • মৃত্যু হোৱা লোক কেইজন ক্ৰমে- মহন তালুকদাৰ, আজিজুৰ ৰহমান, নাৰায়ণ চি ডেকা, দুলু প’ল, তুৰাব আলী, সুফলা গগৈ, খনীন্দ্ৰ নাথ আৰু প্ৰকাশ জৈন।
  • উল্লেখ্য যে, বৰ্তমানলৈ ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৪০জন লোকৰ হৈছে মৃত্যু।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি