ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৮ জনৰ মৃত্যু…

ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৮ জনৰ মৃত্যু…
  • ৰাজ্যত কোৰোনাত আক্ৰান্ত আৰু ৮জন লোকে হেৰুৱালে প্ৰাণ।
  • মৃত্যু হোৱা কেইজন ক্ৰমে ধনেশ্বৰ সিনহা, বিশ্বজিৎ কাৰ, অনিতা বিশ্বাস, বিপুল শইকীয়া, ভোলানাথদাস, ছফিকুদ্দিন লস্কৰ, খগেশ্বৰী দেৱী আৰু মংগল চি ৰায়।
  • অসমত এতিয়া এই ভাইৰাছত আক্ৰান্ত ১৬৯জনৰ মৃত্যু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in