ৰাজ্যত পুনৰ ৭৮৬জনৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ১২ সহস্ৰাধিকলৈ বৃদ্ধি…

ৰাজ্যত পুনৰ ৭৮৬জনৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ১২ সহস্ৰাধিকলৈ বৃদ্ধি…
  • ৰাজ্যত পুনৰ ৭৮৬জনৰ দেহত ধৰা পৰিল কোভিড-১৯।
  • ইয়াৰে ৫৯৮জন গুৱাহাটীৰ বুলি চিনাক্ত কৰা হৈছে।
  • ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১২,৫২২জনলৈ বৃদ্ধি।
  • ইয়াৰ ভিতৰত ৪৬২৩জন চিকিৎসাধীন হৈ থকাৰ বিপৰীতে সুস্থ হৈছে ৭৮৮২জনকৈ লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in