ৰাজ্যত পুনৰ ৭৩৫জনৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ…

ৰাজ্যত পুনৰ ৭৩৫জনৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ…
  • ৰাজ্যত পুনৰ ৭৩৫জনৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি।
  • ইয়াৰে ৪০০জন লোক কেৱল গুৱাহাটী মহানগৰীৰ।
  • ৰাজ্যত আক্ৰান্তৰ সংখ্যা ১৬,৮০৬জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।
  • ইফালে, সুস্থ হৈ উঠিছে ১০৮৯৪জনকৈ লোক।
  • উল্লেখ্য যে, দেওবাৰে ৰাজ্যত কোৰোনাত আক্ৰান্ত ৪৬৮জন লোক সুস্থ হৈ উঠিছে।
  • ৰাজ্যত এতিয়াও ৫৮৭৩জন লোক চিকিৎসাধীন হৈ আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in