কোভিড-১৯ঃ পুনৰ ৬জনে হেৰুৱালে প্ৰাণ, ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬১জনলৈ বৃদ্ধি…

কোভিড-১৯ঃ পুনৰ ৬জনে হেৰুৱালে প্ৰাণ, ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬১জনলৈ বৃদ্ধি…
  • ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জন লোকৰ মৃত্যু।
  • মৃত্যু হোৱা লোক কেইজন ক্ৰমে- হিমাংশু দে', দেৱব্ৰত চৌধুৰী, ধনেশ্বৰ শৰ্মা, বিশ্বজিৎ ঘোষ, মহেশ বৰুৱা আৰু এম আই হুছেইন।
  • ৰাজ্যত এতিয়ালৈ এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৬১জনলৈ বৃদ্ধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in