ৰাজ্যত পুনৰ ৪৫৯৩জন কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬৮,৯৯৯ জনলৈ বৃদ্ধি…

ৰাজ্যত পুনৰ ৪৫৯৩জন কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬৮,৯৯৯ জনলৈ বৃদ্ধি…
  • ৰাজ্যত পুনৰ ৪৫৯৩জন লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত।
  • ইয়াৰে ৬৪২জন কামৰূপ মেট্ৰ, ৪৬০জন কামৰূপ গ্ৰাম্য, ৩৩৫জন নগাওঁ, ২৬৫জন ডিব্ৰুগড়ৰ।
  • বৰ্তমানলৈ ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬৮,৯৯৯জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, বুধবাৰে ৰাজ্যখনত সুস্থ হৈছে ২১৩৬জন হৈছে সুস্থ।
  • সুস্থ হোৱা লোকৰ সংখ্যা ৪৭,২০৯জনলৈ পাইছে বৃদ্ধি।
  • আনহাতে, চিকিৎসাধীন হৈ আছে ২১৬২৬জন ৰোগী।
  • তদুপৰি, অসমত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৬১জনলৈ বৃদ্ধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in