সুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪৪৯জন লোক হৈছে সুস্থ…

সুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪৪৯জন লোক হৈছে সুস্থ…
  • ৰাজ্যত দুখৰ মাজতে এক সুখবৰ।
  • অসমত কোভিড-১৯ত আক্ৰান্ত ৪৪৯জনকৈ লোক সুস্থ হৈ উঠিছে।
  • স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে সদৰী কৰে এই কথা।
  • বৰ্তমানলৈ ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হৈছে ৭৮৮২জনকৈ লোক।
  • ইফালে, চিকিৎসাধীন হৈ আছে ৩৮৩৭জনকৈ ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in