পুনৰ ২৮৮৬জনৰ দেহত কোভিড-১৯ঃ ৫৫০জন কামৰূপ মেট্ৰৰ, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৮,১৬১লৈ বৃদ্ধি…

পুনৰ ২৮৮৬জনৰ দেহত কোভিড-১৯ঃ ৫৫০জন কামৰূপ মেট্ৰৰ, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৮,১৬১লৈ বৃদ্ধি…
  • ৰাজ্যত মঙলবাৰে ২৮৮৬জনৰ দেহত ধৰা পৰে কোভিড-১৯।
  • ইয়াৰে ৫৫০জন কামৰূপ মেট্ৰ, ২৯৪জন কামৰূপ গ্ৰাম্য, ২১৩জন নগাঁও আৰু ২০১জন ডিব্ৰুগড়ৰ।
  • উল্লেক্য যে, যোৱা ২৪ ঘন্টাত ৰাজ্যত ৫৯০৬৪জন লোকক কৰা হৈছে কোভিড টেষ্ট।
  • অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৪৮,১৬১জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, সুস্থ হৈ উঠিছে ৩৩৪২৮জন লোক।
  • আনহাতে, চিকিৎসাধীন হৈ আছে ১৪৬১৫জন ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in