কোভিড-১৯ঃ ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ২৩৭২জন…

কোভিড-১৯ঃ ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ২৩৭২জন…
  • ৰাজ্যত পুনৰ ২৩৭২জনৰ দেহত ধৰা পৰে কোভিড-১৯।
  • ইয়াৰে ৪৭০জন কামৰূপ মেট্ৰ, ১৯৭জন নগাঁও, ১৬৩জন কাছাৰ, ১২৮জন ডিব্ৰুগড়, ১২২জন তিনিচুকীয়া আৰু ১০৪জন যোৰহাটৰ।
  • ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫২৮১৭জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, বৃহস্পতিবাৰৰ দিনটোতে ৰাজ্যত ১৩৩২জন লোক হৈছে সুস্থ।
  • বৰ্তমানলৈ ৰাজ্য সুস্থ হৈছে ৩৭২২৪জন লোক।
  • আৰু চিকিৎসাধীন হৈ আছে ১৫৪৬৪জন ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in