ৰাজ্যত পুনৰ ২২১৮ জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৫৭,৭১৪জনলৈ বৃদ্ধি…

253
  • ৰাজ্যত পুনৰ ২২১৮জনৰ দেহত ধৰা পৰে কোভিড-১৯ পজিটিভ।
  • ইয়াৰে ২৯৯জন কামৰূপ মেট্ৰ, ১৬৫জন কাছাৰ, ১৫০জন নগাঁও আৰু ১৪২জন ডিব্ৰুগড়ৰ।
  • ৰাজ্যত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৫৭৭১৪জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, সুস্থ হৈ উঠিছে ৩৮৮০৯জন লোক।
  • আনহাতে, চিকিৎসাধীন হৈ আছে ১৮৭৬২জন ৰোগী।
  • উল্লেখ্য যে, ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ ১৪০জন লোকে হেৰুৱাইছে প্ৰাণ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি