শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২০৪জন কোভিড পজিটিভ, সুস্থ হৈছে ২৯৬১জন...  •  ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...

কোভিড-১৯ঃ ৰাজ্যত আকৌ ১৬জনৰ মৃত্যু…

701
  • ৰাজ্যত সোমবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত ১৬জন লোকৰ মৃত্যু।
  • মৃত্যু হোৱা লোক কেইজন ক্ৰমে- মুহিৰাম হাজৰিকা, কাৰ্ণিনী বৰুৱা, য়ুনুছ আনছাৰী,
  • জয়ন্ত কুমাৰ গগৈ, চুনু ৰয়, কনক দাস, তপন চক্ৰৱৰ্তী,
  • গণেশ কলিতা, নৰনাথ চেতিয়া, দিপেন গগৈ, সুৰেশ্বৰ বৰা,
  • নগেন বৰা, সুধিৰ ৰঞ্জন দাস, খগেন্দ্ৰ নাথ বৰা,
  • কৰিমউদ্দিন আৰু প্ৰদীপ কুমাৰ দাস
  • ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৭৮জনলৈ বৃদ্ধি পাইছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি