কোভিড-১৯ঃ ৰাজ্যত আকৌ ১৬জনৰ মৃত্যু…

কোভিড-১৯ঃ ৰাজ্যত আকৌ ১৬জনৰ মৃত্যু…
  • ৰাজ্যত সোমবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত ১৬জন লোকৰ মৃত্যু।
  • মৃত্যু হোৱা লোক কেইজন ক্ৰমে- মুহিৰাম হাজৰিকা, কাৰ্ণিনী বৰুৱা, য়ুনুছ আনছাৰী,
  • জয়ন্ত কুমাৰ গগৈ, চুনু ৰয়, কনক দাস, তপন চক্ৰৱৰ্তী,
  • গণেশ কলিতা, নৰনাথ চেতিয়া, দিপেন গগৈ, সুৰেশ্বৰ বৰা,
  • নগেন বৰা, সুধিৰ ৰঞ্জন দাস, খগেন্দ্ৰ নাথ বৰা,
  • কৰিমউদ্দিন আৰু প্ৰদীপ কুমাৰ দাস
  • ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৭৮জনলৈ বৃদ্ধি পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in