ৰাজ্যত পুনৰ ১২১৮জনৰ দেহত কোভিড-১৯…

ৰাজ্যত পুনৰ ১২১৮জনৰ দেহত কোভিড-১৯…
  • ৰাজ্যত শুকুবাৰৰ দিনটোতে পুনৰ ১২১৮জনৰ দেহত ধৰা পৰে কোভিড-১৯।
  • ইয়াৰে ৫৭০জন কেৱল গুৱাহাটী মহানগৰীৰ।
  • ৰাজ্যত ২১,৮৬৪জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।
  • ইয়াৰে ১৪১০৫জন সুস্থ হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ৭৭০৫জন লোক।
  • ইফালে, শুকুৰবাৰে অসমত কোৰোনাত আক্ৰান্ত ৫৫১জন লোক সুস্থ হৈ ঘৰলৈ উভতে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in