ৰাজ্যত পুনৰ ১১৭৮জনৰ দেহত কোভিড-১৯…

ৰাজ্যত পুনৰ ১১৭৮জনৰ দেহত কোভিড-১৯…
  • দেওবাৰে ৰাজ্যত পুনৰ ১১৭৮জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি।
  • ইয়াৰে ২৬৮জন কামৰূপ মেট্ৰৰ।
  • উল্লেখ্য যে, বৰ্তমানলৈ ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৪২৯০৪জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, ৰাজ্যত সুস্থ হৈছে ইয়াৰে ৩২৩৮৪জনকৈ লোক।
  • অসমত বৰ্তমানলৈ চিকিৎসাধীন হৈ আছে কোৰোনাক্ৰান্ত ১০৪১২জন ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in