ৰাজ্যত আকৌ ১০৮৮জনৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ১৯ সহস্ৰাধিকলৈ বৃদ্ধি…

ৰাজ্যত আকৌ ১০৮৮জনৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ১৯ সহস্ৰাধিকলৈ বৃদ্ধি…
  • ৰাজ্যত পুনৰ ১০৮৮জনৰ দেহত ধৰা পৰিছে কোভিড-১৯।
  • ইয়াৰে ৬৪৯জন লোক কেৱল গুৱাহাটী মহানগৰীৰ।
  • অসমত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৯,৭৫৪জনলৈ পাইছে বৃদ্ধি।
  • ইয়াৰে ১২৮৮৮জন লোক সুস্থ হৈ উঠিছে।
  • ইফালে, চিকিৎসাধীন হৈ আছে ৬৮১৫জন ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in