ৰাজ্যত পুনৰ ১০০১জনৰ দেহত কোভিড-১৯ পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৭,৮০৭জনলৈ বৃদ্ধি…

ৰাজ্যত পুনৰ ১০০১জনৰ দেহত কোভিড-১৯ পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৭,৮০৭জনলৈ বৃদ্ধি…
  • ৰাজ্যত এদিনতে ১০০১জন লোকৰ দেহত ধৰা পৰে কোভিড-১৯ পজিটিভ।
  • ইয়াৰে ৫১৩জন গুৱাহাটী মহানগৰীৰ।
  • ৰাজ্যত আক্ৰান্তৰ সংখ্যা ১৭,৮০৭জনলৈ বৃদ্ধি পাইছে।
  • ইয়াৰে সুস্থ হৈ উঠিছে ১১৪১৬জন লোক।
  • ইফালে, চিকিৎসাধীন হৈ আছে ৬৩৪৮জন ৰোগী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in