মৰাণৰ চেপন চকলীয়াস্থিত পঞ্জাৱ নেচনেল বেংকৰ শাখা প্ৰবন্ধক প্ৰশান্ত ভূঞাক গ্ৰেপ্তাৰ

মৰাণৰ চেপন চকলীয়াস্থিত পঞ্জাৱ নেচনেল বেংকৰ শাখা প্ৰবন্ধক প্ৰশান্ত ভূঞাক গ্ৰেপ্তাৰ
  • মৰাণৰ চেপন চকলীয়াস্থিত পঞ্জাৱ নেচনেল বেংকৰ শাখা প্ৰবন্ধক প্ৰশান্ত ভূঞাক গ্ৰেপ্তাৰ আৰক্ষীৰ।
  • বেংকৰ ৬২ লাখ টকা হৰলুকীৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ ভূঞাক।
  • বৰ্তমানেও পলাতক অৱস্থাত প্ৰৱঞ্চক ফাৰুক আলী।
  • বুধবাৰে চেকযোগে টকা হস্তান্তৰ কৰিছিল ফাৰুকে।
  • ভিন্ন একাউণ্টলৈ হস্তান্তৰ কৰিছিল ২.৩০ কোটি টকা।
  • বেংকৰ পৰা ৬২ লাখ টকা উলিয়াই নিছিল ফাৰুকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in