শেহতীয়া খবৰ
উত্তৰাখণ্ডত বন্যহস্তীৰ জাকে চলালে বাহনত আক্ৰমণ...  •  চামগুৰি বিলত শ শ মাছৰ মৃত্যু, পৰিভ্ৰমী পক্ষীলৈও আহিছে চৰম ভাবুকি...  •  শ্লোগানতে সীমাবদ্ধ চৰকাৰৰ বিকাশ নীতি! লখিমপুৰ-বিশ্বনাথ জিলাৰ সীমান্তৱৰ্তী গাঁৱৰ জনতাৰ মান্ধাতা যুগীয়া জীৱন...  •  ৮ বছৰে সম্পূৰ্ণ নহ'ল ৰৌতা-ওদালগুৰি সংযোগী পথ...  •  পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...

মৰাণৰ চেপন চকলীয়াস্থিত পঞ্জাৱ নেচনেল বেংকৰ শাখা প্ৰবন্ধক প্ৰশান্ত ভূঞাক গ্ৰেপ্তাৰ

202
  • মৰাণৰ চেপন চকলীয়াস্থিত পঞ্জাৱ নেচনেল বেংকৰ শাখা প্ৰবন্ধক প্ৰশান্ত ভূঞাক গ্ৰেপ্তাৰ আৰক্ষীৰ।
  • বেংকৰ ৬২ লাখ টকা হৰলুকীৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ ভূঞাক।
  • বৰ্তমানেও পলাতক অৱস্থাত প্ৰৱঞ্চক ফাৰুক আলী।
  • বুধবাৰে চেকযোগে টকা হস্তান্তৰ কৰিছিল ফাৰুকে।
  • ভিন্ন একাউণ্টলৈ হস্তান্তৰ কৰিছিল ২.৩০ কোটি টকা।
  • বেংকৰ পৰা ৬২ লাখ টকা উলিয়াই নিছিল ফাৰুকে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি