মৰাণত ৭ সংগঠনৰ পথ অৱৰোধ কাৰ্যসূচী, VIDEO

মৰাণত ৭ সংগঠনৰ পথ অৱৰোধ কাৰ্যসূচী, VIDEO
  • মৰাণৰ ৭ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ পথ অৱৰোধ কাৰ্যসূচী।
  • ড০ হীৰেণ গোঁহাই, অখিল গগৈ, মনজিৎ মহন্তৰ বিৰুদ্ধে তৰা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ প্ৰত্যাহাৰৰ দাবীত প্ৰতিবাদ।
  • লগতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী প্ৰতিবাদকাৰীৰ।
  • ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধৰ কৰি ৰাজনাথ সিং, সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in