শেহতীয়া খবৰ
লোকসভা নিৰ্বাচন কোন সমষ্টিৰ পৰা খেলিব মোহময়ী অভিনেত্ৰী উৰ্মিলাই...  •  তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে দাখিল কৰিলে মনোনয়ন  •  প্ৰতিষ্ঠাপক অধ্যক্ষ নৰেশ গোৱেলে এৰিব জেট এয়াৰৱেইজ...  •  মনোনয়ন পত্ৰ দাখিল মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ  •  এক নম্বৰী বিজেপিৰ স্থান নাই বিজেপিতঃ তৰুণ গগৈ  •  মঙলদৈ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ মনোনয়ন দাখিল  •  লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই দাখিল কৰিলে মনোনয়ন  •  মুখ্যমন্ত্ৰীক লগত লৈ যোৰহাটত মনোনয়ন তপন গগৈৰ  •  যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে মন্টু দত্তৰ অৰ্ধ উলংগ প্ৰতিবাদ...  •  আদালতৰ ক্লিন শ্বীটৰ পাছতেই মনোনয়ন পত্ৰ সংগ্ৰহ কৰিলে ৰাজেন গোহাঁয়ে...

মৰাণত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতীকি দাহ কৰি প্ৰতিবাদ সাব্যস্ত, VIDEO

159

ডিজিটেল সংবাদ, মৰাণঃ মৰাণত উৰুকাৰ গধুলী ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত মৰাণৰ ৭টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ তীব্ৰ প্ৰতিবাদ। বিজেপি মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী গ’ বেক, সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ ধ্বনিৰে বিহু-গীত তেজাল বিহুৱা প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰে। তদুপৰি, ৩৭ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি দাহ কৰে নাগৰিকত্ব সংশোধনী ২০১৬ বিধেয়কৰ প্ৰতীকি।

ইফালে, মৰাণত খিলঞ্জীয়া অসমীয়া ব্যৱসায়ী সন্থায়ো সাব্যস্ত কৰে প্ৰতিবাদ। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী ২০১৬ বিধেয়কখন বাতিলৰ দাবীত উক্ত বিধেয়কখনৰ প্ৰতীকি দাহ কৰে প্ৰতিবাদকাৰীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি