মৰাণত নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোণোৱাল আৰু ৰাজেন্দ্ৰ প্ৰসাদৰ প্ৰতিকৃতিক ফাঁচি, VIDEO

মৰাণত নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোণোৱাল আৰু ৰাজেন্দ্ৰ প্ৰসাদৰ প্ৰতিকৃতিক ফাঁচি, VIDEO

ডিজিটেল সংবাদ, মৰাণঃ অসমীয়াৰ আৱেগ আৰু উলংগ প্ৰতিবাদক ভৰিৰে মোহাৰি জেপিচিয়ে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবেদন সংসদত দাখিল কৰাৰ বাবে জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন। সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা যায় বিধেয়ক বিৰোধী প্ৰতিবাদ। মৰাণতো ৭টা সংগঠনৰ নেতৃত্বই সোমবাৰে সন্ধিয়া সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

প্ৰতিবাদকাৰীসকলে নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোণোৱাল আৰু জেপিচিৰ অধ্যক্ষ ৰাজেন্দ্ৰ প্ৰসাদৰ প্ৰতিকৃতিক মৰাণ নগৰৰ মাজমজিয়াত ৰাজহুৱাভাৱে ফাঁচি দিয়া লগতে অৰ্ধ উলংগ হৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। উক্ত সময়ত চিআৰপিএফৰ জোৱানৰ সৈতে প্ৰতিবাদকাৰীসকল হতাহতিতো লিপ্ত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in