আজি মৰাণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল…

আজি মৰাণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল…
  • মৰাণৰ ২ নং বুঢ়ীখোৱাঙত আজি দিনৰ ১১ বজাত অনুষ্ঠিত হ'ব সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ, ডিব্ৰুগড়ৰ  নৱনিৰ্বাচিত সদস্যৰ শপত গ্ৰহণ অনুষ্ঠান।
  • উক্ত অনুষ্ঠানতে মুখ্য অতিথি হিচাপে উপস্থিত থাকি "মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা"আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
  • বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব স্বাস্থ্য পৰিয়াল কল্যাণ বিত্ত আৰু গড়কাপ্তানী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in