শেহতীয়া খবৰ
ক্ষোভৰ জুইত জ্বলিছে দিশপুৰ! গুলী, লাঠি, কন্দোৱা গেছ একোকেই কেৰেপ কৰা নাই প্ৰতিবাদী জনতাই, বৰঝাৰত আৱদ্ধ খোদ মুখ্যমন্ত্ৰী...  •  ক্ষোভৰ জুইত জ্বলিছে দিশপুৰ! গুলী, লাঠি, কন্দোৱা গেছ একোকেই কেৰেপ কৰা নাই প্ৰতিবাদী জনতাই, বৰঝাৰত আৱদ্ধ খোদ মুখ্যমন্ত্ৰী...  •  কেব বিৰোধী প্ৰতিবাদত শংকিত ৰজাঘৰীয়া! ২৪ ঘণ্টাৰ বাবে অসমত বন্ধ ইন্টাৰনেট সেৱা...  •  ট্ৰেফিক পইণ্টৰ পাছত আৰক্ষীৰ সন্মুখতে বাছ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে...  •  অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ খবৰেই সঁচা হ’ল, অসমত বন্ধ ইন্টাৰনেট সেৱা...  •  কেব বিৰোধী প্ৰতিবাদক লৈ শংকিত কেন্দ্ৰঃ অসমলৈ প্ৰেৰণ অতিৰিক্ত অৰ্ধ সামৰিক বাহিনীৰ জোৱান...  •  প্ৰতিবাদকাৰীৰ উগ্ৰমূৰ্তি দেখি আৰক্ষীৰ পলায়ন...  •  প্ৰতিবাদকাৰীক খেদিবলৈ আৰক্ষীৰ পুনৰ পানী নিক্ষেপ... VIDEO  •  ছুপাৰমাৰ্কেটৰ ট্ৰেফিক পইণ্ট জ্বলালে প্ৰতিবাদকাৰীয়ে... EXCLUSIVE VIDEO  •  দিশপুৰত পানী মাৰি প্ৰতিবাদকাৰীক খেদিবলৈ চেষ্টা আৰক্ষীৰ...

আজি মৰাণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল…

123
  • মৰাণৰ ২ নং বুঢ়ীখোৱাঙত আজি দিনৰ ১১ বজাত অনুষ্ঠিত হ’ব সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ, ডিব্ৰুগড়ৰ  নৱনিৰ্বাচিত সদস্যৰ শপত গ্ৰহণ অনুষ্ঠান।
  • উক্ত অনুষ্ঠানতে মুখ্য অতিথি হিচাপে উপস্থিত থাকি “মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা”আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
  • বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব স্বাস্থ্য পৰিয়াল কল্যাণ বিত্ত আৰু গড়কাপ্তানী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি