মৰাণত নৈশ বাছলৈ বন্ধ সমৰ্থকৰ শিলগুটি নিক্ষেপ, চাওঁক VIDEO

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • মৰাণতো অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক।
  • বন্ধৰ সমৰ্থকে কেইবাখনো নৈশ বাছত নিক্ষেপ কৰে শিলগুটি।
  • ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থকৰ।
  • যান-বাহন চলাচলতো বাধা প্ৰদান বন্ধ সমৰ্থকৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in