মৰাণৰ লেঙেৰী নখাটত শোকাৱহ পথ দুৰ্ঘটনা, নিহত এজন কিশোৰ

মৰাণৰ লেঙেৰী নখাটত শোকাৱহ পথ দুৰ্ঘটনা, নিহত এজন কিশোৰ
  • মৰাণৰ লেঙেৰী নখাটত শনিবাৰে নিশা সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা।
  • তীব্ৰবেগী এখন বাইকে নিয়ন্ত্ৰণহীন হৈ পথৰ কাষৰ এটা পোষ্টত মাৰে খুন্দা।
  • এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন কিশোৰ।
  • নিহত কিশোৰজনৰ নাম কৈলাশ বৰা।
  • দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ এএছ০৬-ই-২১৩৮।
  • নিহত কিশোৰজন ডিব্ৰুগড় ৰানিং গেটৰ নিবাসী বিজু বৰাৰ পুত্ৰ কৈলাশ বৰা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in