সৰভোগ সমষ্টিত আগবাঢ়ি আছে চিপিআইএম…

সৰভোগ সমষ্টিত আগবাঢ়ি আছে চিপিআইএম…
  • ৪০ নং সৰভোগ সমষ্টিত ৬ষ্ঠ ৰাউণ্ডৰ অন্ত পৰে ।
  • চিপিআইএম দলৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে ২৯১৯৬ টা ভোট লাভ কৰে ।
  • আনহাতে বিজেপি প্ৰাৰ্থী শংকৰ চন্দ্ৰ দাসে ১৬০৮২ টা ভোট লাভ কৰিছে ৷
  • সমষ্টিটোত চিপিআইএম দলৰ প্ৰাৰ্থী গৰাকী বৰ্তমানলৈ আগবাঢ়ি আছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in