কন্ঠশিল্পী মনোৰঞ্জন গগৈৰ মৃত্যু…

কন্ঠশিল্পী মনোৰঞ্জন গগৈৰ মৃত্যু…
  • ৰাজ্যৰ সংস্কৃতি জগতৰ বাবে দুঃখবৰ।
  • জনপ্ৰিয় কন্ঠ শিল্পী মনোৰঞ্জন গগৈৰ মৃত্যু।
  • দেওবাৰে পুৱা জিএনআৰচি হাস্পতালত মৃত্যু হয় কন্ঠশিল্পী জনৰ।
  • শনিবাৰে ঘৰতে ডাম্পাৰেৰে খুন্দিওয়াৰ ফলত গুৰুতৰ ভাৱে আঘাটপ্ৰাপ্ত হৈছিল।
  • লংকেশ্বৰৰ বাসিন্দা আছিল মনোৰঞ্জন গগৈ।
  • চিৰ সেউজ কন্ঠৰ অধিকাৰী মনোৰঞ্জন গগৈয়ে উপহাৰ দিছিল বহু কেইটা জনপ্ৰিয় গীত।
  • বহাগ ধুনীয়া গধূলি পৰত, বিহুতলীলৈ আহিলা বুকুৰ মৰম যাছিলা দৰে গীতত কন্ঠদান কৰিছিল তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in