শেহতীয়া খবৰ
চন্দ্ৰপুৰত ‘পানী’ৰ নামত পানী হ’ল ৩৬৬ কোটি...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  অসমত ৬টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে : মন্ত্ৰী ৰঞ্জিত দাস...  •  অগ্ৰিম জামিন লাভ কৰি আৰক্ষী চকীত উপস্থিত জিষ্টৰ অধ্যক্ষ...  •  ছয়গাঁৱৰ গৰৈমাৰীত বিশেষভাৱে সক্ষম যুৱতী নিৰুদ্দেশ...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  মানকাচৰত আৰক্ষী-চিআৰপিএফৰ অভিযান, জব্দ বৃহৎ পৰিমানৰ গাঞ্জা...  •  ভাল খবৰঃ জামাইকাৰ বক্সাৰক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ সতীশ কুমাৰে...

কন্ঠশিল্পী মনোৰঞ্জন গগৈৰ মৃত্যু…

  • ৰাজ্যৰ সংস্কৃতি জগতৰ বাবে দুঃখবৰ।
  • জনপ্ৰিয় কন্ঠ শিল্পী মনোৰঞ্জন গগৈৰ মৃত্যু।
  • দেওবাৰে পুৱা জিএনআৰচি হাস্পতালত মৃত্যু হয় কন্ঠশিল্পী জনৰ।
  • শনিবাৰে ঘৰতে ডাম্পাৰেৰে খুন্দিওয়াৰ ফলত গুৰুতৰ ভাৱে আঘাটপ্ৰাপ্ত হৈছিল।
  • লংকেশ্বৰৰ বাসিন্দা আছিল মনোৰঞ্জন গগৈ।
  • চিৰ সেউজ কন্ঠৰ অধিকাৰী মনোৰঞ্জন গগৈয়ে উপহাৰ দিছিল বহু কেইটা জনপ্ৰিয় গীত।
  • বহাগ ধুনীয়া গধূলি পৰত, বিহুতলীলৈ আহিলা বুকুৰ মৰম যাছিলা দৰে গীতত কন্ঠদান কৰিছিল তেওঁ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি