মণিপুৰৰ ভূমিস্খলনত আহত সকলক লৈ কিছু সময়ৰ পাছতে বৰঝাৰ বিমান বন্দৰ পাবহি মন্ত্ৰী পীযুষ হাজৰিকা…

মণিপুৰৰ ভূমিস্খলনত আহত সকলক লৈ কিছু সময়ৰ পাছতে বৰঝাৰ বিমান বন্দৰ পাবহি মন্ত্ৰী পীযুষ হাজৰিকা…
  • মণিপুৰৰ তুপুলত সংঘটিত ভয়াবহ ভূমিস্খলনৰ ঘটনাৰ আপডেট।
  • আহত অসমৰ লোকসকলৰ সৈতে মন্ত্ৰী পীযুষ হাজৰিকা বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হ'ব।
  • দিনৰ ১১.৩০ বজাত গুৱাহাটীত উপস্থিত হবহি মন্ত্ৰীগৰাকী।
  • উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মন্ত্ৰীগৰাকীয়ে তদাৰক কৰি আছে এই সমগ্ৰ ঘটনা।
  • এতিয়ালৈকে ৪১গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in