আজি দিল্লীলৈ মণিপুৰৰ মুখ্যমন্ত্ৰী, লোকসভা নিৰ্বাচনৰ সম্ভাৱ্য প্ৰাৰ্থীক লৈ হ’ব আলোচনা

আজি দিল্লীলৈ মণিপুৰৰ মুখ্যমন্ত্ৰী, লোকসভা নিৰ্বাচনৰ সম্ভাৱ্য প্ৰাৰ্থীক লৈ হ’ব আলোচনা
  • লোকসভা নিৰ্বাচনক লৈ সকলো দলৰ মাজত বৃদ্ধি পাইছে তৎপৰতা।
  • আজি বিয়লি দিল্লীলৈ ৰাওনা হ'ব মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং।
  • বিজেপিৰ সংসদীয় কমিটীৰ বৈঠকত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • লোকসভা নিৰ্বাচনৰ সম্ভাৱ্য প্ৰাৰ্থীক লৈ আলোচনা কৰিব বৈঠকত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in