১৬ মাৰ্চত মণিপুৰত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বিজেপিয়ে

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • আগন্তুক লোকসভা নিৰ্বাচনক লৈ তৎপৰ বিজেপি।
  • ১৬ মাৰ্চত মণিপুৰত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বিজেপিয়ে।
  • প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰাৰ বাবে গুৱাহাটীলৈ আহিছে মণিপুৰ বিজেপিৰ সভাপতি।
  • আজি গুৱাহাটীৰ বৈঠকত চূড়ান্ত কৰিব প্ৰাৰ্থীৰ নাম আৰু বিজেপিৰ নিৰ্বাচনী কমিটীলৈ প্ৰেৰণ কৰিব প্ৰাৰ্থীৰ নাম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in