নাগৰিকত্ব বিধেয়কক লৈ অৰুণাচল আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীৰ সৈতে কিৰেন ৰিজিজুৰ বৈঠক

নাগৰিকত্ব বিধেয়কক লৈ অৰুণাচল আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীৰ সৈতে কিৰেন ৰিজিজুৰ বৈঠক
  • নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬-ক লৈ অৰুণাচল আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীৰ সৈতে কিৰেন ৰিজিজুৰ বৈঠক।
  • কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত অনুষ্ঠিত হৈছিল এই বৈঠক।
  • প্ৰায় ১ ঘণ্টাজুৰি বৈঠক পেমা খাণ্ডু,এন বীৰেন সিং আৰু কিৰেন ৰিজিজু বৈঠক।
  • বৈঠকৰ অন্তত সংবাদমাধ্যমক কোনো মন্তব্য নকৰিলে তিনিওজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in