কোৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মণিপুৰ চৰকাৰৰ বিশেষ পদক্ষেপ…

কোৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মণিপুৰ চৰকাৰৰ বিশেষ পদক্ষেপ…
  • শেহতীয়াকৈ দেশত কোৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মণিপুৰ চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।
  • ম্যানমাৰৰ লগতে ৰাজ্যখনৰ আন্তৰাষ্ট্ৰীয় সীমা কৰি দিছে বন্ধ।
  • চৰকাৰে পৰৱৰ্তী নিৰ্দেশ প্ৰদান নকৰালৈকে বন্ধ থাকিব সীমান্ত।
  • আন্তৰাষ্ট্ৰীয় সীমাত থকা ১ আৰু ২নং গেট বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে চৰকাৰে।
  • মণিপুৰৰ গৃহ বিভাগৰ পৰা ইতিমধ্যে জাৰি কৰা হৈছে এই জাননী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in