আছুৰ উপ-সভাপতি মণি মাধৱ মহন্তৰ পদত্যাগ…

আছুৰ উপ-সভাপতি মণি মাধৱ মহন্তৰ পদত্যাগ…
  • আছুৰ উপ-সভাপতি মণি মাধৱ মহন্তৰ পদত্যাগ।
  • মণি মাধৱ মহন্ত হ'ব পাৰে কলিয়াবৰৰ অগপৰ প্ৰাৰ্থী।
  • তেনে সম্ভাৱনাই এতিয়া প্ৰকট হৈছে।
  • মহন্তৰ প্ৰাৰ্থিত্বক লৈ অব্যাহত আছিল ব্যাপক চৰ্চা।
  • নগাওঁ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা পদতো আছিল মহন্ত।
  • মহন্তৰ পদত্যাগৰ পিছতে ৰাজু ফুকনক নগাঁৱৰ তত্বাবধায়কৰ দায়িত্ব প্ৰদান।
  • আছুৰ সাংগঠনিক সম্পাদক ৰাজু ফুকন।
  • ছহীদ বেদীত শ্ৰদ্ধা জনাই আছু ত্যাগ কৰিলে মণি মাধৱ মহন্তই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in