শেহতীয়া খবৰ
হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ  •  জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীচালনাত নিহত ভাৰতীয় সেনা জোৱান...

আছুৰ উপ-সভাপতি মণি মাধৱ মহন্তৰ পদত্যাগ…

2,352
  • আছুৰ উপ-সভাপতি মণি মাধৱ মহন্তৰ পদত্যাগ।
  • মণি মাধৱ মহন্ত হ’ব পাৰে কলিয়াবৰৰ অগপৰ প্ৰাৰ্থী।
  • তেনে সম্ভাৱনাই এতিয়া প্ৰকট হৈছে।
  • মহন্তৰ প্ৰাৰ্থিত্বক লৈ অব্যাহত আছিল ব্যাপক চৰ্চা।
  • নগাওঁ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা পদতো আছিল মহন্ত।
  • মহন্তৰ পদত্যাগৰ পিছতে ৰাজু ফুকনক নগাঁৱৰ তত্বাবধায়কৰ দায়িত্ব প্ৰদান।
  • আছুৰ সাংগঠনিক সম্পাদক ৰাজু ফুকন।
  • ছহীদ বেদীত শ্ৰদ্ধা জনাই আছু ত্যাগ কৰিলে মণি মাধৱ মহন্তই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি