ডিগবৈত চিলনী চুৰৰ সন্ত্ৰাস, মহিলাৰ পৰা চুৰ কৰিলে ১ লাখ ৩৫ হাজাৰ টকা…

ডিগবৈত চিলনী চুৰৰ সন্ত্ৰাস, মহিলাৰ পৰা চুৰ কৰিলে ১ লাখ ৩৫ হাজাৰ টকা…
  • ডিগবৈত চিলনী চুৰৰ সন্ত্ৰাস
  • তৈল নগৰী ডিগবৈত চিলনী চুৰৰ মহিলাৰ পৰা চুৰ কৰিলে টকা ।
  • ডিগবৈ এছ বি আই বেংকৰ সনন্মুখৰ পৰা এগৰাকী মহিলাৰ হাতৰ পৰা চিলনি চুৰে কাঢ়ি লৈ গ'ল ১ লাখ ৩৫ হাজাৰ টকা ।
  • টকাৰ লগতে চোৰে নিলে এ টি ম কাৰ্ড , মবাইল ফোনকে আদি কৰি বহুটো নথি পত্ৰ ।
  • মহিলা গৰাকীৰ নাম মিনতি সোণোৱাল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in