পঞ্চভূতত বিলীন শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ নশ্বৰদেহ…

পঞ্চভূতত বিলীন শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ নশ্বৰদেহ…
  • পঞ্চভূতত বিলীন হ'ল শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ নশ্বৰদেহ।
  • তামুলপুৰৰ কলবাৰীৰ বাসগৃহৰ সমীপত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য।
  • শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পুত্ৰই কৰিলে মুখাগ্নি।
  • শেষকৃত্যৰ পূৰ্বে বীৰ শ্বহীদজনক শেষ শ্ৰদ্ধাঞ্জলি জনালে মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ লগতে অঞ্চলটোৰ অগণন লোকে।
  • বায়ুসেনাৰ বিশেষ বিমানেৰে নশ্বৰদেহ গুৱাহাটীলৈ অনাৰ পিছত হেলিকপ্টাৰেৰে নিয়া হয় তামুলপুৰলৈ।
  • শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে অঞ্চলটোৰ হাজাৰ হাজাৰ লোক।
  • বৃহস্পতিবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছিল জোৱানজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in