শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালক অসম চৰকাৰে প্ৰদান কৰিলে ২০ লাখ টকাৰ সাহায্য…

শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালক অসম চৰকাৰে প্ৰদান কৰিলে ২০ লাখ টকাৰ সাহায্য…
  • শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালক অসম চৰকাৰে প্ৰদান কৰিলে ২০ লাখ টকাৰ সাহায্য।
  • বৃহস্পতিবাৰে ২০ লাখ টকাৰ চেক প্ৰদান কৰে পৰিয়ালৰ লোকক।
  • মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীয়ে প্ৰদান কৰিলে এই চেক।
  • তামুলপুৰৰ নিজা বাসগৃহত উপস্থিত হৈ প্ৰদান কৰা হয় এই চেক।
  • চেক প্ৰদানৰ সময়ত উপস্থিত থাকে মন্ত্ৰী ৰিহণ দৈমাৰী, বিধায়ক ইমানুৱেল মুছাহাৰীও।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in