সোমবাৰে গুৱাহাটীত উপস্থিত হ’বহি ভাৰত-ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেট দল

সোমবাৰে গুৱাহাটীত উপস্থিত হ’বহি ভাৰত-ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেট দল
  • ২১ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনীয়া ক্ৰিকেট মেচ।
  • খেলখনৰ বাবে সোমবাৰে গুৱাহাটীলৈ আহিব দুয়োটা দলৰ খেলুৱৈসকল।
  • অৱশ্যে বিৰাট কোহলী আৰু হাৰ্দিক পাণ্ডেয়া আহিব ১৭ অক্টোবৰত।
  • সোমবাৰে হায়দৰাবাদৰ পৰা বিশেষ বিমানেৰে দুয়োটা দল আহিব গুৱাহাটীলৈ।
  • খেলখনৰ বাবে বিশেষ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে প্ৰশাসনে।
  • ইফালে, এই খেলতে উপস্থিত থাকিব শচীন তেণ্ডুলকাৰ, সঞ্জয় মাঞ্জেকাৰ, সৌৰভ গাংগুলী আৰু বীৰেন্দ্ৰ ছেহৱাগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in