সোমবাৰে অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব…

সোমবাৰে অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব…
  • সোমবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন।
  • ইতিমধ্যে কেইবাগৰাকীও প্ৰাৰ্থীয়ে ৫টা সংসদীয় সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিছে।
  • ১১ এপ্ৰিলত তেজপুৰ, কলিয়াবৰ, যোৰহাট, ডিব্ৰুগড় আৰু লখিমপুৰ সমষ্টিৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন।
  • ২৬ মাৰ্চত পৰীক্ষা কৰা হ'ব মনোনয়ন পত্ৰসমূহ।
  • মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ২৮ মাৰ্চ।
  • প্ৰথম পৰ্যায়ত অসমৰ ৯,৫৭৪টা ভোটগ্ৰহণ কেন্দ্ৰত ৭৫,১৬,২৮৪গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in