মনৰ কথা/১১ : কামৰ মাজত সামৰি থওঁ দুখ : প্ৰমোদ কলিতা

মনৰ কথা/১১ : কামৰ মাজত সামৰি থওঁ দুখ : প্ৰমোদ কলিতা

"মই যেতিয়া অসম প্ৰকাশন পৰিষদত সচিব হিচাপে দায়িত্ব লৈছিলো তেতিয়া মোৰ সন্মুখত বহুত প্ৰত্যাহ্বান আছিল । সেই পৰ্যায়ৰ পৰা অনু্ষ্ঠানটোক আজিৰ পৰ্যায়লৈ অনাৰ বাবে বহু কৰ্মসূচী ল'ব লগা হৈছে ।" -অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কৈ গৈছিল কিদৰে আৰু কেনে পদক্ষেপেৰে এই জাতীয় অনুষ্ঠানটোক নতুন মাত্ৰা দিবলৈ চেষ্টা কৰিছে ।

অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই নিৰিবিচিন্ন ভাবে প্ৰকাশন পৰিষদৰ স্বাবলম্বী কৰিবলৈও গ্ৰহন কৰিছে বহু কেইটা ব্যৱস্থা । বিশেষকৈ প্ৰকাশন পৰিষদৰ গ্ৰন্থৰাজি বিক্ৰীৰ বাবে ৰাজ্যজুৰি বিভিন্ন প্ৰান্ত দ্বিতীয় পক্ষৰ সহযোগত গঢ়ি তোলা হৈছে বিপনী ।

নীৰৱে কাম কৰি ভালপোৱা প্ৰমোদ কলিতাই জনালে প্ৰকাশন পৰিষদে কৰা কেইবাটাও উল্লেখ যোগ্য কামৰ কথাও সদৰি কৰিলে । মুখ্যমন্ত্ৰী,শিক্ষামন্ত্ৰীৰ সহযোগত পূৰ্বৰ অস্হিৰতা আতৰাই গতিশীল কৰি তোলা প্ৰকাশন পৰিষদে গুৱাহাটী গ্ৰন্থমেলাৰ বাবেও সাজু হৈছে ।

৩০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব এই গ্ৰন্থমেলা । ব্যক্তিগত জীৱনলৈ অহা সেই দুখক এতিয়া তেওঁ সামৰি থয় কামৰ মাজত । শোকক শক্তিলৈ ৰূপান্তৰ কৰি তেওঁ কৰি গৈছে কামবোৰ । লেখক সাংবাদিক তথা বৰ্তমানৰ অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ মনৰ কথা এই সাক্ষাৎকাৰৰত –

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in