মততা বেনাৰ্জীৰ শুনানিৰ পৰা আতৰিল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ….

মততা বেনাৰ্জীৰ শুনানিৰ পৰা আতৰিল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ….
  • পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মততা বেনাৰ্জীৰ শুনানিৰ পৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ পদ ত্যাগ।
  • নাৰদা ষ্টিং গোচৰৰ শুনানিত ভাগ নলয় ন্যায়াধীশ অনিৰুদ্ধ বসুৱে।
  • অনিৰুদ্ধ বসুৰ ত্যাগৰ পাছতেই দ্বিতীয় বিচাৰপীঠত শুনানি গ্ৰহণৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ।
  • উচ্চতম ন্যায়ালয়ত মঙলবাৰে শুনানি আছিল পশ্চিমবংগৰ আইন মন্ত্ৰী মলয় ঘটকৰ আবেদনৰ।
  • বিগত মাহত নাৰদা কেলেংকাৰীত টিএমচিৰ চাৰি মন্ত্ৰীক গ্ৰেপ্ততাৰ কৰিছিল চিবিআইয়ে।
  • কলিকতা উচ্চ ন্যায়ালয়ে শপতনামা দাখিলৰ অনুমতি অস্বীকাৰৰ পিছতেই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল মমতা বেনাৰ্জী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in