জন্মদিনত মাতৃৰ কাষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

জন্মদিনত মাতৃৰ কাষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…
  • জন্মদিনত মাতৃ হীৰাবেন মোডীৰ কাষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • গুজৰাটৰ গান্ধীনগৰত মাতৃৰ আৱাসগৃহত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰীগৰাকী।
  • মাতৃৰ সৈতে দুপৰীয়াৰ আহাৰো গ্ৰহণ কৰে তেওঁ।
  • দীৰ্ঘ সময় মাতৃৰ সৈতে কটাই জন্মদিনটোতত শুভাশীষ লয় নৰেন্দ্ৰ মোডীয়ে।
  • মঙলবাৰে ৬৯ বছৰ বয়সত ভৰি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • সেই উপলক্ষ্যে গুজৰাট ভ্ৰমণকালতে মাতৃক সাক্ষাৎ কৰি আশীৰ্বাদ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in