পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী…

পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী…
  • সোমবাৰে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • চিলাপথাৰৰ বিশাল জনসভাত ভাগ ল'ব তেওঁ।
  • ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিজেপিৰ আন এখন সভাতো ভাগ ল'ব তেওঁ।
  • উল্লেখ্য যে ২৩ জানুৱাৰী আৰু ৭ ফেব্ৰুৱাৰীত দুৱাৰ অসম ভ্ৰমণ কৰিছিল মোডীয়ে।
  • ২৩ জানুৱাৰীত শিৱসাগৰত আৰু ৭ ফেব্ৰুৱাৰীত ঢেকীয়াজুলিৰ জনসভাত ভাগ লৈছিল তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in