কনৌজত দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ সমবেদনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ…

ফাইল ফটো
ফাইল ফটো
  • উত্তৰ প্ৰদেশৰ কনৌজত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত শোক প্ৰকাশ।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰৰ জৰিয়তে শোক প্ৰকাশ কৰে।
  • প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিলে, 'উত্তৰ প্ৰদেশৰ কনৌজৰ ভয়ংকৰ দুৰ্ঘটনাটোৰ বিষয়ে জানি দুখ পাইছো।'
  • 'বহুলোকে দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱালে।'
  • 'মই মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো।'
  • 'আহতসকলৰ সোনকালে আৰোগ্য হোৱাটো কামনা কৰিছো।'

उत्तर प्रदेश के कन्नौज में हुए भीषण सड़क हादसे के बारे में जानकर अत्यंत दुख पहुंचा है। इस दुर्घटना में कई लोगों को अपनी जान गंवानी पड़ी है। मैं मृतकों के परिजनों के प्रति अपनी संवेदनाएं प्रकट करता हूं, साथ ही घायलों के शीघ्र स्वस्थ होने की कामना करता हूं।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in