দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোডী…

দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোডী…
  • বৃহস্পতিবাৰে ফ্ৰান্সলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • দুদিনীয়া চৰকাৰী ভ্ৰমণ সূচীৰে ফ্ৰান্সলৈ উৰা মাৰিছে মোডীয়ে।
  • বৃহস্পতিবাৰে ফ্ৰান্সত এক দ্বিপক্ষীয় বৈঠকত অংশ ল'ব প্ৰধানমন্ত্ৰী মোডীয়ে।
  • ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইম্মানুৱেল মেকৰ'নৰ সৈতে অনুষ্ঠিত হ'ব এই বৈঠক।
  • বৈঠকত উপস্থিত থাকিব ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰী এডৱাৰ্ড ফিলিপ্পিও।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in