লোকসভা নিৰ্বাচনৰ পূৰ্বে এমাহত ২০ ৰাজ্যৰ ১০০খন জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

লোকসভা নিৰ্বাচনৰ পূৰ্বে এমাহত ২০ ৰাজ্যৰ ১০০খন জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
  • লোকসভা নিৰ্বাচনৰ পূৰ্বে এমাহত ২০ ৰাজ্যৰ ১০০খন জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
  • ৪ জানুৱাৰীত শিলচৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
  • একেদিনাই ইম্ফলৰ জনসভাতো অংশগ্ৰহণ কৰিব মোদীয়ে।
  • ৩ জানুৱাৰীত পঞ্জাৱৰ জলন্ধৰ আৰু গুৰুদাসপুৰলৈ যাব মোদী।
  • ৫ জানুৱাৰীত বাৰীপদাত অংশ ল'ব এক জনসভাত।
  • ১২ জানুৱাৰীত গোৱালৈ যাব প্ৰধানমন্ত্ৰীগৰাকী।
  • ১৯ জানুৱাৰীত মুম্বাইত বিশাল জনসভা অংশগ্ৰহণ কৰিব।
  • ২২ জানুৱাৰীত বাৰানসীলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী।
  • ২৪ জানুৱাৰীত কুম্ভত সম্বোধন কৰিব এক জনসভাক।
  • নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে নিজে জনতাৰ কাষলৈ যাব প্ৰধানমন্ত্ৰী মোদী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in