শেহতীয়া খবৰ
তিহাৰ জেলতে পি চিদাম্বৰমৰ ৭৪ সংখ্যক জন্মদিন পালন, টুইটাৰত কলেঃ সংকটৰ দিশে দেশ, ভগৱানে ৰক্ষা কৰক...  •  কোকৰাঝাৰত ৰে'লৰ খুন্দাত গৃহৰক্ষী জোৱান নিহত...  •  কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত আছুৰ উদ্যোগত "এজন ছাত্ৰ এজোপা গছপুলি " শীৰ্ষক ব্যতিক্ৰমী অভিযান...  •  পূজাৰ অফাৰ, নতুন গাড়ী, আৰ্থিক মন্দাৱস্থা ইত্যাদি...  •  মেঘালয়ত পুনৰ ২ জন অবৈধ নাইজেৰিয়ানক গ্ৰেপ্তাৰ..  •  ৰাষ্ট্ৰীয় শক্তি উত্তোলনত অসমৰ ৪ টা স্বৰ্ণ জয়...  •  ৰিহণ দৈমাৰীৰ সপোন পূৰণ নহ’ল! আঁতৰিব ফলক, মুখ্যমন্ত্ৰীয়েহে উদ্বোধন কৰিব জনস্বাস্থ্য বিভাগৰ নৱনিৰ্মিত ভৱন...  •  দিছপুৰ প্ৰেছ ক্লাৱত বিশ্বকৰ্মা পূজাৰ আয়োজন..  •  বিশিষ্ট শিক্ষাবিদ প্ৰয়াত ডিম্বেশ্বৰ চৌধুৰীৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ উন্মোচন…  •  ওদালগুৰিত পৰকীয়া প্ৰেমৰ নৃশংস পৰিণতি, মাতৃয়ে ডিঙি চেপি হত্যা কৰি জংঘলত দলিয়ালে ২১ মহীয়া কন্যা সন্তানক....

গুজৰাটৰ ঘূৰ্ণী বতাহঃ বিছকেকৰ পৰা টেলিফোনত পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোডীয়ে

100
  • বিছকেকৰ পৰা টেলিফোনযোগে গুজৰাটৰ পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
  • বৃহস্পতিবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে মোডীয়ে।
  • ঘূৰ্ণী বতাহৰ ফলত গুজৰাটৰ ক্ষতিগ্ৰস্থ অঞ্চলৰ বুজ লয় তেওঁ।
  • ক্ষতিগ্ৰস্থ অঞ্চল সমূহত সহায় সাহায্য আগবঢ়াবলৈ গুজৰাট চৰকাৰক আহ্বান প্ৰধানমন্ত্ৰীৰ।
  • কেন্দ্ৰীয় চৰকাৰেও এনে পৰিস্থিতিক গুজৰাটক তৎকালীন সাহায্য প্ৰদান কৰিব বুলি আশ্বাস মোডীৰ।
  • উল্লেখ্য যে, বৃহস্পতিবাৰে বিছকেকত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • এখন এছচিঅ’ চামিটত অংশ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি