গুজৰাটৰ ঘূৰ্ণী বতাহঃ বিছকেকৰ পৰা টেলিফোনত পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোডীয়ে

গুজৰাটৰ ঘূৰ্ণী বতাহঃ বিছকেকৰ পৰা টেলিফোনত পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোডীয়ে
  • বিছকেকৰ পৰা টেলিফোনযোগে গুজৰাটৰ পৰিস্থিতিৰ বুজ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
  • বৃহস্পতিবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে মোডীয়ে।
  • ঘূৰ্ণী বতাহৰ ফলত গুজৰাটৰ ক্ষতিগ্ৰস্থ অঞ্চলৰ বুজ লয় তেওঁ।
  • ক্ষতিগ্ৰস্থ অঞ্চল সমূহত সহায় সাহায্য আগবঢ়াবলৈ গুজৰাট চৰকাৰক আহ্বান প্ৰধানমন্ত্ৰীৰ।
  • কেন্দ্ৰীয় চৰকাৰেও এনে পৰিস্থিতিক গুজৰাটক তৎকালীন সাহায্য প্ৰদান কৰিব বুলি আশ্বাস মোডীৰ।
  • উল্লেখ্য যে, বৃহস্পতিবাৰে বিছকেকত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • এখন এছচিঅ' চামিটত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in