শেহতীয়া খবৰ
পাকিস্তানৰ কাপুৰুষালি অব্যাহত! পুৱাৰে পৰা ভাৰতীয় সেনাক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ...  •  পাকিস্তানক উচিত শিক্ষা! আমেৰিকাই কৰ্তন কৰিলে আৰ্থিক সাহায্য...  •  একেখন পোষ্টাৰত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে উন্নাৱ বলাৎকাৰ কাণ্ডৰ মুল অভিযুক্তৰ ফটো, প্ৰতিক্ৰিয়া ব্যক্ত কংগ্ৰেছ নেত্ৰীৰ...  •  ওড়িশ্যাৰ বালাংগিৰৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে...  •  নদীৰ কোবাল সোত! হিমাচলপ্ৰদেশত কথমপি প্ৰাণৰক্ষা পৰিল দুজনৰ...  •  দিল্লীত ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা এজনৰ...  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  জাতীয় পতাকাক অপমান! বিজেপি কাৰ্যালয়ত অংকন কৰা পতাকা গচকিলে একাংশ নেতা-কৰ্মীয়ে, চাওক VIDEO...  •  বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কোন? আম্বানী পৰিয়ালে লাভ কৰিছেনে স্থান...

মোৰ বিশ্বাস, কুলভূষণ যাদৱে ন্যায় লাভ কৰিবঃ প্ৰধানমন্ত্ৰী মোডী

140
  • পাকিস্তানত কাৰাবান্দী কুলভূষণ যাদৱক লৈ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে প্ৰদান কৰা ৰায়ক আদৰণি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
  • আইচিজেয়ে প্ৰদান কৰা ৰায় সত্য আৰু ন্যায়ৰ পক্ষত বুলি মন্তব্য প্ৰধানমন্ত্ৰী মোডীৰ।
  • ‘আইচিজেয়ে তথ্যৰ সুক্ষ্ম অধ্যয়ন কৰি এই ৰায় প্ৰদান কৰিছে।’
  • ‘মই নিশ্চিত যে কুলভূষণ যাদৱে ন্যায় লাভ কৰিবলৈ সক্ষম হ’ব।’
  • ‘আমাৰ চৰকাৰে সদায় প্ৰতিজন ভাৰতীয়ৰ সুৰক্ষা আৰু উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে।’
  • এইদৰে মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
  • উল্লেখ্য যে, বুধবাৰে ইন্টাৰনেশ্যনেল ক’ৰ্ট অৱ জাষ্টিছে পাকিস্তানত কাৰাবন্দী হৈ থকা কুলভূষণ ৰায়ৰ মৃৃত্যু দণ্ড স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি