মোৰ বিশ্বাস, কুলভূষণ যাদৱে ন্যায় লাভ কৰিবঃ প্ৰধানমন্ত্ৰী মোডী

ফাইল ফটো
ফাইল ফটো
  • পাকিস্তানত কাৰাবান্দী কুলভূষণ যাদৱক লৈ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে প্ৰদান কৰা ৰায়ক আদৰণি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
  • আইচিজেয়ে প্ৰদান কৰা ৰায় সত্য আৰু ন্যায়ৰ পক্ষত বুলি মন্তব্য প্ৰধানমন্ত্ৰী মোডীৰ।
  • 'আইচিজেয়ে তথ্যৰ সুক্ষ্ম অধ্যয়ন কৰি এই ৰায় প্ৰদান কৰিছে।'
  • 'মই নিশ্চিত যে কুলভূষণ যাদৱে ন্যায় লাভ কৰিবলৈ সক্ষম হ'ব।'
  • 'আমাৰ চৰকাৰে সদায় প্ৰতিজন ভাৰতীয়ৰ সুৰক্ষা আৰু উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে।'
  • এইদৰে মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
  • উল্লেখ্য যে, বুধবাৰে ইন্টাৰনেশ্যনেল ক'ৰ্ট অৱ জাষ্টিছে পাকিস্তানত কাৰাবন্দী হৈ থকা কুলভূষণ ৰায়ৰ মৃৃত্যু দণ্ড স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in