কেবক লৈ প্ৰধানমন্ত্ৰী, কেবৰ বাবে অসমৰ লগতে আন ৰাজ্যসমূহৰ পৰম্পৰা, সংস্কৃতি, ভাষা ইত্যাদিৰ ওপৰত একো প্ৰভাৱ নপৰে

ফাইল ফটো
ফাইল ফটো
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা হ'ব পৰা ভয়াৱহতাক লৈ শংকিত প্ৰধানমন্ত্ৰী মোডী।
  • প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।
  • 'আমি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰয়াস কৰি আছো।'
  • 'কংগ্ৰেছে বিপথে পৰিচালিত কৰিছে ৰাইজক।'
  • 'আমি ৰাইজক আশ্বাস দিছো।'
  • 'অসমৰ লগতে আন আন ৰাজ্যসমূহৰ পৰম্পৰা, সংস্কৃতি, ভাষা ইত্যাদিৰ ওপৰত একো প্ৰভাৱ নপৰে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in