কোৰোনা ভাইৰাছৰ আতংকঃ হোলী উৎসৱত ভাগ নলয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

ফাইল ফটো
ফাইল ফটো
  • হোলী উৎসৱত ভাগ নলয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
  • কোৰোনা ভাইৰাছক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিৱেশৰ প্ৰতি দৃষ্টি ৰাখি প্ৰধানমন্ত্ৰীগৰাকীয়ে জনসমাগম হোৱা কোনো অনুষ্ঠানত অংশ নলয়।
  • এটা টুইটযোগে প্ৰধানমন্ত্ৰী মোডীয়ে এই কথা সদৰি কৰিছে।
  • টুইটত লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে বিশ্বজুৰি বিশেষজ্ঞসকলে জনসমাগম হ্ৰাস কৰাৰ বাবে পৰামৰ্শ দিছে।
  • টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে,

Experts across the world have advised to reduce mass gatherings to avoid the spread of COVID-19 Novel Coronavirus. Hence, this year I have decided not to participate in any Holi Milan programme.

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in