মোডী কৃষকৰ ভগবান : শিবৰাজ সিং চৌহান…

মোডী কৃষকৰ ভগবান : শিবৰাজ সিং চৌহান…

ডিজিটেল ডেস্ক : মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিবৰাজ সিং চৌহানে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক কৃষকৰ ভগবান বুলি ব্যক্ত কৰিছে । মুখ্যমন্ত্ৰী গৰাকীয়ে সংসদত গৃহিত হোৱ কৃষি সংশোধনী বিধেয়ক খনে কৃষকৰ আয় দুগুন বৃদ্ধি কৰিব বুলি মন্তব্য প্ৰদান কৰে । ইফালে এই বিধেয়কক লৈ বিক্ষোভ কৰা বিৰোধী দল সমূহক কৃষকদ্ৰোহী আখ্যা দিয়ে ।

মুখ্যমন্ত্ৰী গৰাকীয়ে সবুধবাৰে সংবাদ মাধ্যমৰ আগত বিধেয়ক খনৰ প্ৰসংগ কৰি মন্তব্য প্ৰদান কৰি কয়- দূৰদৰ্শী চিন্তা কৰা নৰেন্দ্ৰ মোডী কৃষকৰ ভগবান । কৃষি সম্বন্ধীয় তিনিও খন বিধেয়ক কৃষকৰ কাৰনে বৰদান যিয়ে কৃষকৰ আয় দুগুন বৃদ্ধি কৰিব ।বিৰোধী দলে এই বিধেয়কৰ বিৰোধ কৰাটো অন্নদাতা সকলৰ বাবে শুভচিন্তক নহয় বৰং কৃষকদ্ৰোহী হয় । কৃষকক ভ্ৰমিত কৰাৰ প্ৰয়াস কৰিছে তেওঁলোকে । কিন্ত তেওলোকৰ প্ৰয়াস সফল হবলৈ দিয়া নহব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in