শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২০৪জন কোভিড পজিটিভ, সুস্থ হৈছে ২৯৬১জন...  •  ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...

মোডী কৃষকৰ ভগবান : শিবৰাজ সিং চৌহান…

169

ডিজিটেল ডেস্ক : মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিবৰাজ সিং চৌহানে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক কৃষকৰ ভগবান বুলি ব্যক্ত কৰিছে । মুখ্যমন্ত্ৰী গৰাকীয়ে সংসদত গৃহিত হোৱ কৃষি সংশোধনী বিধেয়ক খনে কৃষকৰ আয় দুগুন বৃদ্ধি কৰিব বুলি মন্তব্য প্ৰদান কৰে । ইফালে এই বিধেয়কক লৈ বিক্ষোভ কৰা বিৰোধী দল সমূহক কৃষকদ্ৰোহী আখ্যা দিয়ে ।

মুখ্যমন্ত্ৰী গৰাকীয়ে সবুধবাৰে সংবাদ মাধ্যমৰ আগত বিধেয়ক খনৰ প্ৰসংগ কৰি মন্তব্য প্ৰদান কৰি কয়- দূৰদৰ্শী চিন্তা কৰা নৰেন্দ্ৰ মোডী কৃষকৰ ভগবান । কৃষি সম্বন্ধীয় তিনিও খন বিধেয়ক কৃষকৰ কাৰনে বৰদান যিয়ে কৃষকৰ আয় দুগুন বৃদ্ধি কৰিব ।বিৰোধী দলে এই বিধেয়কৰ বিৰোধ কৰাটো অন্নদাতা সকলৰ বাবে শুভচিন্তক নহয় বৰং কৃষকদ্ৰোহী হয় । কৃষকক ভ্ৰমিত কৰাৰ প্ৰয়াস কৰিছে তেওঁলোকে । কিন্ত তেওলোকৰ প্ৰয়াস সফল হবলৈ দিয়া নহব ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি